অসমৰ ৭ জন কৃৰ্তী শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা:

নতুন দিল্লীত আজি শিক্ষক দিৱস উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৭ জন শিক্ষকে কৃৰ্তী শিক্ষকৰ ৰাৰাষ্ট্রীয় বঁটা লাভ কৰে। ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা বঁটা গ্ৰহণ কৰা শিক্ষক কেইজন হৈছে---  তুলেন ৰাজগুৰু , হেমলতা বৰুৱা , বিপুল চন্দ্ৰ গগৈ, চন্দ্ৰ শেখৰ দাস, বিনু ফুকন , ডিম্বেশ্বৰ শইকীয়া আৰু ৰানু বৰগোহাই।
Share on Google Plus

About Unknown

0 comments:

Post a Comment