এজন ব্যৱসায়ীক কাৰ্বি আংলঙত অপহৰণ::

কাৰ্বি আংলঙ নগাওঁৰ সীমান্তত  এজন ব্যৱসায়ীক অপহৰণ কৰা হৈছে। অপহৰণ কৰা শিল-বালিৰ ব্যৱসায়ী জন হৈছে জাকিৰ হুছেইন। ব্যৱসায়ী জনক ৫জন অচিনাক্ত দুৰ্বৃত্তই  কালি অপহৰণ কৰা বুলি জানিব পৰা গৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment