ৰেডিঅ'লজিষ্টৰ দেশজোৰা ধৰ্মঘট আৰম্ভ হৈছে আজিৰে পৰা। পি চি পি এন ডি টি আইনৰ কেতবোৰ দফাৰ প্ৰতিবাদত ৰেডিঅ'লজিষ্টসকলে আহ্বান জনাইছে এই অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ। যাৰ ফলত দেশৰসকলো আলট্ৰাছাউণ্ড, চিটী স্কেন আৰু এমআৰ আই কেন্দ্ৰ বন্ধ থকাৰ সম্ভাৱনা প্ৰকটহৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে এই দফাবোৰসংশোধন কৰিবলৈ সন্মতি প্ৰকাশ নকৰাপৰ্যন্ত অব্যাহত থাকিব ৰেডিঅ'লজিষ্টসকলৰ এই ধৰ্মঘট।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment