মাজুলীৰ কেবিনেটৰ বৈঠকত ৰাষ্ট্রীয় পতাকা ওলোটাকৈ ৰাখিল

সোণোৱাল মন্ত্ৰী সভাৰ মাজুলীত অনুষ্ঠিত হোৱা বৈঠকে সকলোৰে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নদী দ্বীপ খনত অনুষ্ঠিত কেবিনেটৰ বৈঠকখনি বৰ আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈছিল যদিও বিষয়া সকলৰ হেমাহিৰ বাবে আমাৰ ৰাষ্ট্রীয় পতাকাখন ওলোটাকৈ ৰখাত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে সভাখন সজোৱাৰ দায়িত্বত আছিল অতিৰিক্ত উপায়ুক্ত জয়ন্ত গোস্বামী ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment