কমলপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ বিহাৰত:: হত্যাৰ সন্দেহ

বিহাৰৰ নেৱাৰ ৰেল ষ্টেচনত কমলপুৰৰ যুৱক শিবেন ডেকাৰ মৃতদেহ উদ্ধাৰ হৈছে । শিবেনে Dynamic Service Companyত এটেডেন্ট হিচাবে কাম কৰিছিল । তেওঁ যোৱা ২৩ মেত ঘৰলৈ অহা বুলি পৰিয়ালক জনাইছিল যদিও অহা নাছিল । তাৰ পৰিবৰ্তে কালি তেওঁৰ মৃতদেহে উদ্ধাৰ হয় নেৱাৰ ৰেল ষ্টে�চনৰ ওচৰত । পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment