খাদ্যত বিষ ক্ৰিয়া :: নলবাৰীত ২১ জনক চিকিৎসালয়ত ভৰ্ত্তি খাদ্যত বিষ ক্ৰিয়া :: নলবাৰীত ২১ জনক চিকিৎসালয়ত ভৰ্ত্তি নলবাৰী জিলাৰ শিমলাত খাদ্য বিষ ক্ৰিয়াৰ ঘটনা ঘটিছে । গাওঁখনৰ লোক সকলে এটি ধৰ্মীয় অনুষ্ঠানৰ খোৱাৰ পিছতে পেটৰ বিষ , বমি আৰু পেটৰ অসুখ ত ভুগে। এইলৈ নলবাৰীৰ মুকুণ্ড কাকতি চিভিল হস্পিতালত ২১ লোকক ভৰ্ত্তি কৰা হৈছে । Share on Facebook Share on Twitter Share on Google Plus About Unknown RELATED POSTS খাদ্যত বিষ ক্ৰিয়া :: নলবাৰীত ২১ জনক চিকিৎসালয়ত ভৰ্ত্তি Reviewed by Unknown on 15:43:00 Rating: 5
0 comments:
Post a Comment