জন্ম দিনত সুধাকন্ঠক ম্মৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী সোণাৱালে কয়--- আজি সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ৯০ তম্ জন্মদিনত তেখেতলৈ শ্ৰদ্ধা নিবেদিছো । ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গানে জীপাল কৰি আহিছে আমাৰ হৃদয় । জাতি আৰু মাটিৰ প্ৰতি তেখেতে যি দায়বদ্ধতা দেখুৱাই থৈ গৈছে সেয়া আমাৰ সকলোৰে বাবে সদায়ে অনুকৰণীয় হৈ ৰব ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment