ৰঙাপাৰাত দুজন NDFB(S) আটক::

শোণিতপুৰ জিলাৰ  ৰঙাপৰা থানাৰ অন্তৰ্গত পাহাৰপুৰতঅসম-অৰুণাচল সীমান্তত ৩৬নং আছাম ৰাইফল্ছৰ জোৱান সকলে এক অভিযান চলাই দুজন NDFB (S) আটক কৰিছে। আটক কৰা ডেগা বসুমতাৰী ওৰফে লেংগ্ৰাৰ ঘৰমাইনাশ্ৰীত। ধৃত আনজন কেডাৰ থুলুংগাদৈমাৰী ওৰফে থুম্বাৰ ঘৰ ভালুকপুঙত। দুয়োৰে পৰা দুটা
পিষ্টল আৰু এটা গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment