ৰিঅ' অলিম্পিকৰ টেনিচৰ মিক্স ডাবলচৰ চেমি ফাইনেলত ভাৰতৰ ছানিয়া মিৰ্জা আৰু ৰোহন বোপান্নৰ যুটীয়ে পৰাজয় বৰণ কৰাত সোণৰ পদৰ আশা নিৰ্বাপিত হল । কালি অনুষ্ঠিত খেলখনত ছানিয়া-ৰোহন যুটীয়ে মাৰ্কিন যুটী ভেনাচ উইলিয়াম - ৰাজীৱ ৰামেৰ লগত পৰাজয় হয়। এতিয়া ছানিয়া-ৰোহন যুটীয়ে শেষ আশা হিচাবে ব্ৰঞ্জৰ পদকৰ বাবে প্লে অফ ম্যাচ খেলিব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment