কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ১১ দিনৰ চিকিৎসাৰ অন্তত আজি পুৱা ঘৰলৈ যাব দিয়া হয়। নতুন দিল্লীৰ গংগাৰাম হস্পিতালত চিকিৎসাধীন হৈ থকা ছোনিয়াৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ লগতে জ্বৰ কমি যোৱাত তেওঁক এই অনুমতি প্ৰদান কৰা হয়। উল্লেখ্য যে যোৱা ৩ আগষ্টত বাৰানসীত কংগ্ৰেছৰ এক ৰোড শ্ব'ত অংশ গ্ৰহণ কৰোতে হঠাতে তেওঁ অসুস্থ হোৱাত হস্পিতালত ভৰ্ত্তি কৰা হৈছিল ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment