সহোদৰ- ২০১৬ ::: প্ৰেম, ভাতৃত্ববোধ আৰু সমন্বয়ৰ নিদৰ্শন

আৰম্ভ হল প্ৰেম, ভাতৃত্ববোধ আৰু সমন্বয়ৰ আন এক যাত্ৰা । 'সহোদৰ ২০১৬'ৰ মঞ্চত কালি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ একান্ত প্ৰচেষ্টাত সমবেত হয় ৰাজ্যৰ ৭১টা জাতীয়, জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি ।  'যুৱশক্তিৰ বিকাশ আৰু অসমৰ উন্নয়ন' এই বিষয়ত তেওঁলোকে মতামত আগবঢ়ায় । অসমক কিদৰে উন্নতিৰ পথলৈ আগবঢ়াই নিব পাৰি সেই সম্পৰ্কে ভাৱধাৰা ব্যক্ত কৰে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment