আলফাৰ গুলীত তিনিচুকীয়া জিলাৰ ডুমডুমাত দুজনকৈ লোক আৰু কেবাজনো লোক আহত হোৱাৰ প্ৰতিবাদত আজি ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে আহ্বান দিয়া বন্ধৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে তিনিচুকীয়াত । কালি নিশা পাছ জনীয়া এটি আলফাৰ দল নিৰ্বিচাৰে গুলীল চালনা কৰাৰ ফলত ৰাজেশ শ্বাহ আৰু কিশোৰী শ্বাহ নামৰ দুজন লোকৰ মৃত্যু হৈছিল। আজি পৰিস্থিতিৰ বুজ লবলৈ মন্ত্ৰীদ্বয় অতুল বৰা আৰু পল্লৱলোচন দাস ডুমডুমাত উপস্থিত হৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment