লেকমে ফেশ্বন উইকিত মেখেলা-চাদৰত ৰেম্পত বলিউডৰ অভিনেত্রী বিপাশা বসু


বলিউডৰ আগশাৰীৰ অভিনেত্রী বিপাশা বসুক লেকমে ফেশ্বন উইকিত আজি মেখেলা-চাদৰত ৰেম্পত দেখা গ’ল । ডিজাইনাৰ সংযুক্ত দত্তই ডিজাইন কৰা মেখেলা-চাদৰত ৰেম্পত থিয় দি উৎফুল্লিত হৈ পৰে অভিনেত্রীগৰাকী। সংযুক্তাই বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা সাজত অভিনেত্ৰীগৰাকীক কৰধবনিৰে আদৰণি জনায় “লেকমে ফেশ্বন উইক২০১৬"-অত অংশগ্রহণকাৰী দর্শকে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment