এক অসাধাৰণ মেধাৰ বাবে সকলোকে আচৰিত কৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অনন্যা বাৰ্মা নামৰ ৪ বছৰ ৮ মাহ বয়সৰ শিশু গৰাকীয়ে নৱম শ্ৰেণীত পঢ়াৰ বাবে শিক্ষা বিভাগৰ পৰা অনুমতি লাভ কৰিছে । যাৰ বাবে তেওঁ লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হবলৈ আগবাঢ়িছে। তীক্ষ্ণ বুদ্ধি সম্পন্ন অনন্যাৰ মনত ৰখা ক্ষমতা অতুলনীয় । তেওঁ চাই আৰু পঢ়িয়েই শিকিব পাৰে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment