ৰাজ্যখনত যোৱা কিছুদিনৰ ভিতৰত হোৱা চাউলৰ অবাধ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে ৰাইজক । বৰ্তমান বজাৰত ৩২ টকাৰ তলত কোনো চাউল পাবলৈ নাই। যোৱা এটা পষেকৰ ভিতৰত আইজং, কে আৰ টি, উচনা, জহা আদি চাউলৰ মূল্য ৪ ৰ পৰা ৮ টকালৈ বৃদ্ধি হৈছে যদিও চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা এই মূল্যবৃদ্ধি। এইক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে কিবা ব্যৱস্থা লবনে ?? সেয়া এতিয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ বাবে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment