শিক্ষা বিভাগৰ এয়া নতুন দুই মহাপুৰুষ ।
এওঁলোকে ২০ হেজাৰ টকা ভেটি লৈ জেললৈ যাব লগীয়া হৈছে । এওঁলোক হৈছে--- মৰিগাওঁ জিলা শিক্ষা বিষয়া তৰুণ বৰা ( চকু মুদি থকা জন) আৰু কেৰাণী শিৱ বৰুৱা। কালি সন্ধিয়া অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই আটক কৰিছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment