কেন্দ্ৰীয় চৰকাৰে নিসিদ্ধ কৰা ৱেবছাইট চালে ৩ লাখ টকাৰ জৰিমনা বিহিব চৰকাৰে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা ২০১৫ চনৰ আগষ্ট মাহত পৰ্ণ'গ্ৰাফিক তথ্য পাতি থকা ৮৫৭ টা আৰু ১৭০টা আপত্তিকৰ ছাইট নিসিদ্ধ কৰিছে। এই নিসিদ্ধ ৱেবছাইট খুলি ইয়াৰ তথ্য পাতি প্ৰত্যক্ষ কৰিলে ৩ লাখ টকাৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড বিহিব চৰকাৰে । এই নিসিদ্ধ ৱেবছাইট সমূহৰ পৰা ভিডিঅ' ডাউনলোড কৰিলেহে যে ব্যৱহাৰকাৰীজন ধৰা পৰিব তেনে নহয় খুলিব বিচাৰিলেও ধৰা পৰিব ব্যৱহাৰকাৰীজন।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment