কোকৰাঝাৰত গুলী চালনা:: ১৪ জন লোকৰ মৃত্যু

কোকৰাঝাৰৰ বালাজান তিনি আলিত আজি দিনৰ ১১.৩০ বজাত এজনলোকে বজাৰ এলেকাত সোমাই নিৰ্বিচাৰে গুলী চলায়। ফলত ১৪ জন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত বোমা বিস্ফোৰণও ঘটে। আৰক্ষীৰ গুলীত এজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হোৱা বুলি ৰাইজে জানিবলৈ দিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment