কোকৰাঝাৰত ডঃ হিমন্ত বিশ্ব::: পৰিস্থিতিৰ বুজ ললে

মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দশত কোকৰাঝাৰত উপস্থিতি হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কোকৰাঝাৰৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয়। লগতে কোকৰাঝাৰ আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ গৈ আহত সকলৰ খবৰ লয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment