অসমৰ বৰগীত ,অংকীয়া গীত আৰু পৰম্পৰা গীতৰ বিশিষ্ট শিল্পী নিকুঞ্জলতা মহন্তই কালি প্ৰেম অমৃতৰ নদী বোৱাই আতৰি গল এক অজান দেশলৈ । প্ৰেম অমৃতৰ নদী আৰু মাছ নামৰ শ্ৰব্য সংকলনত কণ্ঠ দান কৰাৰ উপৰিও অনাতাঁৰ আৰু দূৰদৰ্শনৰ শিল্পী হিচাবে নিজকে প্ৰতিষ্ঠা কৰা মহন্তৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮০ বছৰ। তেখেতৰ মৃত্যুত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক শোকৰ ছাঁ পৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment