অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখ পুলৰ আত্মহত্যা :::

এক ৰহস্যজন অৱস্থাত আজি পুৱা মৃতদেহ উদ্ধাৰ হৈছে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখ পুলৰ। ইটানগৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত চিপ  লৈ আত্মহত্যা কৰা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে পুলৰ। উল্লেখ্য যে যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ জুলাইলৈকে তেওঁ অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বা কৰিছিল। পিছত তেওঁ ক্ষমতাচুত্য হয় যদিও মুখ্যমন্ত্ৰীৰ বাসভৱনতে আছিল। আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Share on Google Plus

About Unknown

0 comments:

Post a Comment