কেন্দ্ৰীয় চৰকাৰৰ পৰা তেলৰ ৰয়েল্টি পালে অসম চৰকাৰে::: দীৰ্ঘদিনীয়া পাবলগীয়া ধন পালে অসমে

দীৰ্ঘ দিনৰ মূৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে পালে ৰয়েল্টি। কালি কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ধনখিনি মুখ্যমন্ত্ৰীক প্ৰদান কৰে। সেই মৰ্মে
তেলৰ ৰয়েল্টীৰ বাবদ অসমে লাভ কৰিছে ১৪৪৯.৮৮ কোটি টকা ৷ এই টকা  বন্যাক্ৰান্তৰ পুনৰ সংস্থাপনত খৰচ কৰিব  বুলি- মুখ্যমন্ত্রী সোনোৱালে ঘোষনা কৰিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment