বিধ্বস্ত হৈ পৰিছে অসমৰ আইন- শৃংঙ্খলা পৰিস্থিতি । এই তথ্য কথা প্ৰকাশ হল বিধান সভাৰ মজিয়াত । মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদনত দাখিল কৰা তথ্য মতে--- বিগত ২০০১ চনৰ পৰা ২০১৬ চনৰ জুন মাহলৈকে ৰাজ্যখনত মুঠ ২০,৩৮৩ টা হত্যাকাণ্ড আৰু ২২,৩৮৮ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। উক্ত সময়ছোৱাত ১৬০ টা ডাইনী হত্যাৰ ঘটনা, যৌতুক জনিত কাৰণত ১৯৫০ জনী মহিলাৰ মৃত্যু , ৪৭,০১৩ টা অপহৰণ, ১,২৩,৮১১ টা চুৰি কাণ্ড, ৪,৮৯৫ টা ডকাইতি আৰু ১১, ৭৮৯ টা লুন্ঠনৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই সময় ছোৱাৰ প্ৰায়খিনি সময়ে কংগ্ৰেছৰ শাসনৰ ভিতৰত আছিল ।
Home / Uncategories / ৰাজ্যৰ আইন- শৃংঙ্খলা পৰিস্থিতিৰ নগ্ন স্বৰূপ:: ১৫ বছৰত ২০,৩৮৩ টা হত্যাকাণ্ড, ২২, ৩৮৮ টা ধৰ্ষণ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment