১৫ বছৰৰ বিশ্বাস আৰু উন্নয়নৰ শ্লোগান দিয়া তৰুণ গগৈ চৰকাৰে এৰি থৈ গল ৩১,৩০০ টকাৰ ঋৃণ। এই তথ্য সাদৰী কৰিছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গগৈ চৰকাৰ ২০০১ চনত শাসনলৈ আহোতে ঋৃণৰ পৰিমাণ আছিল ১১,৭০০ কোটি টকা। এতিয়া সেয়া প্ৰায় তিনি গুণ বাঢ়িল। যোৱা পোন্ধৰ বছৰত চৰকাৰে বিভিন্ন উৎসৰ পৰা ৪১,৬৪৬ কোটি টকা ঋৃণ হিচাবে লৈছে । এই ঋৃণৰ বাবে বৃহৎ পৰিমাণৰ সুদ আদায় দিব লগা হৈছে চৰকাৰে । চৰকাৰে ২৩, ৪৮৬ কোটি সুদৰ বাবদ আদায় দিছে । চৰকাৰ এনে দুৰাৱস্থাৰ বাবে আৰ্থিক সংকটত পৰিছে সোণোৱাল চৰকাৰ ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment