বিতৰ্কৰ মাজত সততে সোমাই পৰা মৰিয়ণীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে। ৰাহুলক এজন বিফল নেতা হিচাবে অভিহিত কৰি কংগ্ৰেছ ৰ সভাপতি প্ৰিয়ংকাক পাতিবলৈ দাবী জনাইছে। ইয়াৰ বাবে তেওঁ ৰাজীৱ ভৱনত অনশনত বহে। তেওঁ লগতে অসমৰ দায়িত্বত থকা চি পি যোশীকো অতৰাবৰ বাবে সভানেত্ৰী ছোনিয়া গান্ধীলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে। কুৰ্মীৰ এনে কাণ্ডই এতিয়া কংগ্ৰেছৰ ভিতৰ চৰাত কি ৰূপ লয় সেয়া লক্ষণীয় হব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment