কাজিৰঙাৰ গড় হত্যাৰ আৰৰ মূল ব্যক্তিক আটক::: এটা খৰ্গৰ মূল্য ২০ লাখ টকা

গোলাঘাট আৰক্ষীয়ে এক গোপন অভিযান চলাই কাজিৰঙাৰ গড় হত্যাৰ আৰৰ মূল মূল ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হৈছে । আটক কৰা ব্যক্তি জন হৈছে ডিমাপুৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ  গড়ৰ খৰ্গৰ চোৰাং ব্যৱসা�য়ী এন বেন লুথা। তেওঁ কুখ্যাত গড় চিকাৰী তিলক বৰা, মিজু পেগু , ডম্বৰু পাইকৰ লগত তেওঁ সম্পৰ্ক ৰক্ষা কৰি ডিমাপুৰত আন্তঃৰাষ্ট্ৰীয় এখনি গড় খৰ্গৰ চোৰাং বজাৰ গঢ়ি তুলিছিল । প্ৰতিটো খৰ্গ ২০ লাখত কিনিছিল বুলি আৰক্ষীৰ জেৰাত তেওঁ প্ৰকাশ কৰিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment