২৫০ গৰাকী নাস্তিক আছে অসমত:: পুৰুষতকৈ মহিলা নাস্তিক বেছি

অসমত ২৫০ গৰাকী নাস্তিক আছে। এই কথা পোহৰলৈ আহিছে ২০১১ চনৰ লোক পিয়লত। ধৰ্মৰ ভিত্তিত কৰা এই লোক পিয়লত অসমৰ ২৫০ জন নাস্তিকৰ ১৩২ গৰাকী মহিলা আৰু ১১৮ হৈছে পুৰুষ । অৱশ্যে বহুতে ধৰ্ম নামানিলেও তাক আনুষ্ঠানিক ভাৱে জনাব নিবিচাৰে বাবে এই সংখ্যা অধিক হোৱাৰ সম্ভৱনা আছে। নাস্তিক সকলৰ ৭০ শতাংশই গাঁৱৰ বাসিন্দা ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment