লস্কৰ -ই -তৈবা আৰু জেইছ -ই -মহম্মদে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণৰ লক্ষ্য হিচাবে লৈছে । তাৰ বাবে সমাগত স্বাধীনতা দিৱসত মোডীক হত্যাৰ এক পৰিকল্পনা কৰিছে সন্ত্ৰাসবাদী সংগঠন দুটাই। এইক্ষেত্ৰত তেওঁলোকক সহযোগ কৰিছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছ আই এ। এই কথা সদৰী কৰিছে ভাৰতীয় চোৰাংচোৱাই। এই তথ্য লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে। লালকিল্লাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অধিক নিৰপত্তাৰ ব্যৱস্থা কৰিছে নিৰাপত্তা বাহিনীয়ে।
Home / Uncategories / মোডীক আক্ৰমণৰ লক্ষ্য পাকিস্তানী সন্ত্ৰাসবাদীৰ:: স্বাধীনতা দিৱসত কুটাঘাটৰ আশংকা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment