আজি পুৱা ৯.২৪ মিনিটত এক মৃদু ভূমিকম্পই জোকাৰি যায় দক্ষিণ গুজৰাট অঞ্চল । ভূমিকম্পৰ কেন্দ্রস্থল আছিল চুৰটৰ পৰা ১৪ কি:মি: দূৰৈৰ এটি অঞ্চল । ভূমিকম্পটিৰ প্ৰাবল্য আছিল ৪.৭ ৰিখটাৰ স্কেল। ভূমিকম্প হোৱাৰ উমান পাই ৰাইজ আতংকিত হয় যদিও বিশেষ ক্ষয় ক্ষতি একো হোৱা নাই। আনহাতে জাপানতো ৫.১ ৰিখটাৰ স্কেলত এক ভূমিকম্প হৈছে বুলি খবৰ পোৱা গৈছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment