সুৰাপান বিহাৰত ইতিমধ্যে নিসিদ্ধ কৰাৰ পিছত এইবাৰ অনা হৈছে এখনি নতুন আইন। ৰাজ্যখনত সুৰা নিসিদ্ধ কৰাৰ পিছতো যদি কোনোবাই সুৰাপান কৰে তেন্তে তেনে ব্যক্তিৰ পৰিয়ালৰ লোককো জেললৈ পঠাব নীতিশ কুমাৰৰ চৰকাৰে । এইলৈ বিধান সভাত এখনি বিধেয়কত অনুমোদন জনোৱা হয়। বিধেয়কখনৰ মতে, কোনো লোকৰ ঘৰত সুৰা উদ্ধাৰ হলে ঘৰখনৰ প্ৰতিজন প্ৰাপ্ত বয়স্কলোকে কমেও দহ বছৰ কাৰাবাস খাটিব লাগিব । বিধেয়ক খনত কোনো জামিনৰ ব্যৱস্থা ৰখা হোৱা নাই ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment