জন সংখ্যা বিষ্ফোৰণ ৰোধ কৰাৰ বাবে চৰকাৰে নতুন জন সংখ্যা নীতিৰ প্ৰস্তাৱ আগবঢ়াইছে। তাৰবাবে প্ৰস্তুত কৰিছে নতুন জন সংখ্যা নীতি । এই নীতিৰ উদ্দেশ্য হল--এক যোগাত্মক পৰিবেশৰ মাজত সৰু পৰিয়ালতে আৱদ্ধ কৰিবলৈ উৎসাহ যোগোৱা। দুটা সন্তানতে পৰিয়াল সীমাবদ্ধ কৰাত গুৰুত্ব দিছে চৰকাৰে। সেই মৰ্মে দুটা সন্তান থকা পৰিয়াল সমূহৰ বাবে চৰকাৰী চাকৰী, উচ্চ শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে।
Home / Uncategories / সৰু পৰিয়াল সুখী পৰিয়াল:: দুটা সন্তানৰ পৰিয়াললৈ চৰকাৰী চাকৰি, উচ্চ শিক্ষাৰ আসন সংৰক্ষণ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment