ৰাজ সাহাৰ্য্য কৰ্তন::: গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

অসম চৰকাৰে এক অধিসূচনা যোগে ঘৰুৱা ৰন্ধন গেছৰ ওপৰত থকা ৰাজ সাহাৰ্য্য প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা গ্ৰাহকে ঘৰুৱা ৰন্ধন গেছৰ ওপৰত অতিৰিক্ত ১৪ টকাকৈ দিব লাগিব । উল্লেখ্য যে পূৰ্বৰ চৰকাৰে বিগত ২০১১ চনৰ ১১ জুলাইৰ পৰা ঘৰুৱা গেছৰ ওপৰত ১৪ টকাকৈ ৰাজ সাহাৰ্য্য প্ৰদান কৰিছিল। সোণোৱাল চৰকাৰে ৰাজহুৱা স্বাৰ্থৰ দোহাই দি সেই ৰাজ সাহাৰ্য্য প্ৰত্যাহাৰ কৰিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment