কৰ্মচাৰীলৈ সুখবৰ। সদনত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্বই ঘোষণা কৰিছে- পহিলা এপ্ৰিল ৰ পৰা কাৰ্যকৰী হব সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী। তদুপৰি সকলো উপযুক্ত কৰ্মচাৰীয়ে ১৫ লাখ টকালৈকে গৃহ ঋৃণ পাব। এইক্ষেত্ৰত ৩--৪ শতাংশ সুদ চৰকাৰে বহন কৰিব । তাৰোপৰি কৰ্মচাৰীয়ে সন্তানৰ উচ্চ শিক্ষাৰ বাবে ৪ শতাংশ হাৰত ৫- ১০ লাখ টকা লৈকে ঋৃণ পাব।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment