মধ্য প্ৰদেশ চৰকাৰে ' আনন্দ বিভাগ' বুলি এটি দপ্তৰ খুলিব। এই সম্পৰ্কত আজি কেবিনেটে অনুমোদন জনায়। এই বিভাগটোৱে ৰাইজক মানসিক আনন্দ দিয়াৰ প্ৰয়াস কৰিব । এনে বিভাগ খুলা মধ্য প্ৰদেশেই হৈছে দেশৰ প্ৰথম ৰাজ্য । এই দপ্তৰটোৱে মানুহৰ স্বভাৱ চৰিত্ৰ গঠন, মানসিক শান্তি সন্তুষ্টিৰ বাবে বিভিন্ন দপ্তৰ সমূহৰ সংযোজক হিচাবে কাম কৰিব বুলি মুখ্যমন্ত্ৰী শিৱ ৰাজ চৌহানে জানিবলৈ দিয়ে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment