কেন্দ্ৰীয় মন্ত্ৰী সভাত ৰাজেন গোহাই::::

আজি মোডী চৰকাৰৰ সম্প্ৰসাৰণ কৰা হয়। উক্ত সম্প্ৰসাৰণত অসমৰ পৰা জ্যেষ্ঠ বিজেপি নেতা নগাওঁ লোকসভা সমষ্টিৰ চাৰি বাৰৰ সাংসদ ৰাজেন গোহাইক অন্তৰ্ভুক্ত কৰা হয়। উল্লেখ্য যে গোহাই  অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment