অচিৰে বিবাহ পাশত আৱদ্ধ হব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

দীৰ্ঘ দিন ধৰি বিবাহ পাশত আৱদ্ধ হবলৈ অস্বীকাৰ কৰি অহা কংগ্ৰেছ দলৰ উপ সভাপতি ৰাহুল গান্ধীয়ে বিবাহত বহিবলৈ মন মেলিছে। অতি শীঘ্ৰে Bacholerhood জীৱন ত্যাগ কৰিব ৰাহুল গান্ধীয়ে। যদিও ৰাহুলৰ প্ৰথম প্ৰেম কংগ্ৰেছ , তথাপিও জীৱন সংগী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি�ছে এগৰাকী যুৱতীক। এতিয়া লৈকে যুৱতী গৰাকীৰ নাম প্ৰকাশ কৰা নাই যদিও এইটো কথা নিশ্চিত যে যুৱতী গৰাকী ভাৰতীয় আৰু উচ্চ শিক্ষিত । এইক্ষেত্ৰত মাক ছোনিয়াৰো সন্মতি আছে। এইলৈ অতি সাদৰী কৰিব পৰিয়ালৰ লোকে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment