বাংলাদেশৰ ঢাকাত শুক্ৰবাৰে নিশা ২০ জন বিদেশী লোকক নৃশংস ভাবে হত্যা কৰা ৫ জন সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে বাংলাদেশ চৰকাৰে । গৃহমন্ত্ৰী আছাদুজ্জামানে নিহত সন্ত্ৰাসবাদী কেইজন আকাশ, বাধন ,বিকাশ, ডন আৰু ৰিপন বুলি জানিব দিছে। সন্ত্ৰাসবাদী কেইজন স্থানীয় জামাল উল মুজাহিদীন আৰু বাংলাদেশ ( জেএম বি)ৰ সদস্য বুলি তেওঁ দাবী কৰিছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment