বৰপেটাত ওলাল জেহাদী::: দুজনক আটক

সেনা আৰু আৰক্ষীয়ে বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱৰ পৰা চাৰিজন লোকক জেহাদী সন্দেহত আটক কৰিছে । সেনাৰ মহাৰ ৰেজিমেন্টে বৰপেটা আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰা লোক কেইজন হৈছে --- জহৰউদ্দিন, কাছিমউদ্দিন, আক্ৰাম আলি আৰু মজিবৰ আলি। নলবাৰী জিলাৰ আৰক্ষী ডাঃ বেদান্ত মাধৱ ৰাজখোৱাই জনোৱা মতে কাছিমউদ্দিন আৰু আক্ৰাম আলি সন্ত্ৰাসবাদী সংগঠন হৰকৎ উল মুজাহিদীনৰ সক্ৰিয় সদস্য আৰু জেহাদী কাৰ্য্যৰ লগত জড়িত বুলি জেৰাত স্বীকাৰ কৰিছে। এওঁলোকে যুৱকৰ দল এটি জেহাদীৰ প্ৰশিক্ষণৰ বাবে অসমৰ বাহিৰলৈ পঠাইছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment