সোণোৱাল চৰকাৰে শাসন ভাৰ লৈয়ে অবৈধ চকগেট সমূহ বন্ধ কৰাৰ বাবে সিদ্ধান্ত লৈছিল। তাৰ পিছতো শ্ৰীৰামপুৰ গেটত এতিয়াও চলি আছে অবৈধ চেক গেটৰ দপদপনি। ফলত তাৰ মূল্য ভৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে। চৰকাৰে এইক্ষেত্ৰত অধিক কঠোৰ নহলে এই চেকগেট সমূহে অবৈধ ভাৱে ধন সংগ্ৰহ কৰিয়ে থাকিব ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment