অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্ত আগবঢ়াই নিবৰ বাবে ৰাইজৰ সহযোগিতাও বিচাৰিছে আৰক্ষীয়ে। যদি লোকসেৱা আয়োগৰ দুনীতি সন্দৰ্ভত কোনো ব্যক্তিৰ হাতত তথ্য আছে, তেনেহ’লে গোচৰটােৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰ (ফোন৯৪৩৫০-৫১৮৬০) নাইবা ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ ফোন-৯৪৩৫০৯৪৬৬৩ত যোগাযোগ কৰিবলৈ আৰক্ষীয়ে অনুৰােধ জনাইছে। এইক্ষেত্ৰত আৰক্ষীয়ে প্রয়োজনীয় গোপনীয়তা অৱলম্বন কৰা হ’ব বুলিও ঘোষণা কৰিছে।
Subscribe to:
Post Comments
                            (
                            Atom
                            )
                          
 
 
 
 
 
 
0 comments:
Post a Comment