বদৰুদ্দিন আজমল সাম্প্রদায়িক ::জমিয়তৰ সৰ্বভাৰতীয় সভাপতি মাদানী


এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলক সাম্প্রদায়িক বুলি আখ্যা দিছে জমিয়তৰ সৰ্বভাৰতীয় সভাপতি মাদানীয়ে।গুৱাহাটীত কালি অনুষ্ঠিত এক সংবাদ মেলত এই আখ্যা তেওঁৰ। মাদানীৰ মতে, ধৰ্মৰ নামত যিয়ে ৰাজনীতি কৰে তেওঁলোক সাম্প্রদায়িক। সাম্প্রদায়িকতা দেশৰ শত্ৰু, সমাজৰ শত্রু। ইপিনে, আৰ এছ এছ, বিজেপিকো সাম্প্রদায়িক আখ্যা দিয়ে মাদানীয়ে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment