: এগৰাকী মহিলাক সোধা এটা প্ৰশ্ন...
"আপুনি working woman নে, housewife ?
তেখেতে যিটোহে উত্তৰ দিলে, সচাকৈ মন মোহি গ'ল।
মই full time-working woman হয়..
ৰাতিপুৱা alarm clock হওঁ, মই ঘৰৰ cook, waiter, servant হয়.!
Part-time ধোবি, দৰ্জী, কামকৰা বাই.!
মই ল'ৰা-ছোৱালীৰ Teacher হওঁ,
ঘৰৰ বয়োজেষ্ঠ সকলৰ বাবে nurse হওঁ।
ঘৰৰ বয়োজেষ্ঠ সকলৰ বাবে nurse হওঁ।
মোক ঘৰত যিকোনো সময়তে পাব, কাৰণ মই ঘৰৰ security হওঁ।
আলহীৰ বাবে receptionist হওঁ,
Function বোৰত সাজি কাচি যোৱা "বোৱাৰীসকলৰ বাবে model হওঁ ।
নিজৰ মানুহজনৰ বাবে বন্ধু,প্ৰেমিকা আৰু wife হওঁ।
ল'ৰা-ছোৱালীৰ মনত "আলাউদ্দিনৰ চাকি" হওঁ ।
মোৰ কোনো working-hours নাথাকে, নাথাকে কোনো holiday ।
মই কোনো দৰমহা নলও,ভাট্টাও নলও, না promotion না increment
আৰু ইমানৰ পিচতো মোক সুধে...
কি দিনে ৰাতিয়ে মই কি কৰো?
0 comments:
Post a Comment