পেট্রোল - ডিজেলৰ মূল্য পুনৰ বৃদ্ধি



আজি নিশাৰে পৰা পেট্রোল আৰু ডিজেলৰ মূল্য বৃদ্ধি হব। নতুন নিৰিখ অনুসৰি পেট্রোলৰ দাম প্রতি লিটাৰত ১.৩৪ টকা আৰু ডিজেলৰ প্রতি লিটাৰত ২.৩৭ টকাকৈ বৃদ্ধি হব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment