অসমৰ ইতিহাসত সৃষ্টি হল আৰু এক সোণালী অধ্যায়ৰ অসমৰ ৰেল পথত চলিল উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম খন ডেমু (ডিজেল ইলেকট্ৰীক মাল্টীপল ইউনিট) ৰেল। এইচেগতে ফেচবুকৰ মাধ্যমেৰে ভাৰতীয় ৰেল বিভাগ আৰু অসম চৰকাৰক ধন্যবাদ জনাইছো । সদ্যহতে এই ৰেলসেৱা ডিব্ৰুগড় টাউন-নিউ তিনিচুকীয়া-ডাঙৰী আৰু ডিব্ৰুগড় টাউন-নিউ তিনিচুকীয়া-লিডু পথত চলাচল কৰিব। উপ-নগৰীয় অঞ্চলৰ জনসাধাৰণক এনে ৰেল সেৱাই যথেষ্ট উপকৃত কৰিব। নিজ ৰাজ্যত এই ধৰনৰ নতুনকৈ প্ৰবৰ্তন কৰা আধুনিক প্ৰযুক্তিসম্পন্ন ৰেলত উঠাৰহে কথা আৰু নে কি কয়?
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment