বিশ্বত্ৰাস জেহাদী সংগঠন আইছিছে ঘাটি পাতিব পাকিস্তানত। ইৰাকৰ মছুলৰ পাছতে জেহাদী আইছিছে পৰিকল্পনা মতেই পাকিস্তানৰ ভূমিত ঘাটি পাতিবলৈ পাক সেনাই অনুমতি প্ৰদান কৰিছে। ভাৰত ভূমিত সন্ত্রাসবাদী আক্রমণ চলাবলৈ পাক সেনাক সহায়ৰ চৰ্ত সাপেক্ষে এই অনুমতি প্রদান কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশ পাইছে। ইপিনে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, পশ্চিম এছিয়াত আইছিছ সন্ত্রাসবাদীক ৩০০জন পাক সেনাই প্রশিক্ষণ দি আহিছে। আন এক বাতৰি মতে ডোহা, আমান আৰু 'আংকাৰাত ২,০০০তকৈ অধিক অৱসৰপ্ৰাপ্ত পাক সেনাই আইছিছ জেহাদীক প্রশিক্ষণ দি আছে। লক্ষণীয় যে আইছিছে চলাই থকা অকলশৰীয়া আত্মঘাতী আক্রমণ পাকিস্তানীৰ সৈতে সম্পর্কিত।
আইছিছে ঘাটি পাতিব পাকিস্তানত::উদ্দেশ্য ভাৰত ভূমিত সন্ত্রাসবাদী আক্রমণ
বিশ্বত্ৰাস জেহাদী সংগঠন আইছিছে ঘাটি পাতিব পাকিস্তানত। ইৰাকৰ মছুলৰ পাছতে জেহাদী আইছিছে পৰিকল্পনা মতেই পাকিস্তানৰ ভূমিত ঘাটি পাতিবলৈ পাক সেনাই অনুমতি প্ৰদান কৰিছে। ভাৰত ভূমিত সন্ত্রাসবাদী আক্রমণ চলাবলৈ পাক সেনাক সহায়ৰ চৰ্ত সাপেক্ষে এই অনুমতি প্রদান কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশ পাইছে। ইপিনে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, পশ্চিম এছিয়াত আইছিছ সন্ত্রাসবাদীক ৩০০জন পাক সেনাই প্রশিক্ষণ দি আহিছে। আন এক বাতৰি মতে ডোহা, আমান আৰু 'আংকাৰাত ২,০০০তকৈ অধিক অৱসৰপ্ৰাপ্ত পাক সেনাই আইছিছ জেহাদীক প্রশিক্ষণ দি আছে। লক্ষণীয় যে আইছিছে চলাই থকা অকলশৰীয়া আত্মঘাতী আক্রমণ পাকিস্তানীৰ সৈতে সম্পর্কিত।
0 comments:
Post a Comment