ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিবাদত আজিৰে পৰা ৩৬ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব জনগোষ্ঠীয় ঐক্যমঞ্চই। ১৫ অক্টোবৰৰ ভিতৰত ছয় কেবিনেটত দাখিল কৰা হ’ব বুলি প্রতিশ্রুতি দিয়া হৈছিল। কিন্তু কমিটীয়ে প্রতিবেদন দাখিল নকৰাৰ পৰিপ্রেক্ষিতত ৩৬ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী আহ্বান জনাইছে ঐক্যমঞ্চই। জনগোষ্ঠীয় ঐক্যমঞ্চৰ অন্যতম নেতা অৰুণজ্যোতি মৰাণে জনোৱা মতে, আজি পৰ্যন্ত মডেলিটী কমিটীয়ে কেন্দ্রীয় কেবিনেটক কোনো ধৰণৰ প্রতিবেদন দাখিল কৰা নাই। আনকি ২৩ ছেপ্টেম্বৰত দিল্লীত সন্দৰ্ভত সংগঠনটােক আজিপৰ্যন্ত অৱগত কৰা নাই।
আজিৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনগোষ্ঠীয় ঐক্যমঞ্চৰ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিবাদত আজিৰে পৰা ৩৬ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব জনগোষ্ঠীয় ঐক্যমঞ্চই। ১৫ অক্টোবৰৰ ভিতৰত ছয় কেবিনেটত দাখিল কৰা হ’ব বুলি প্রতিশ্রুতি দিয়া হৈছিল। কিন্তু কমিটীয়ে প্রতিবেদন দাখিল নকৰাৰ পৰিপ্রেক্ষিতত ৩৬ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী আহ্বান জনাইছে ঐক্যমঞ্চই। জনগোষ্ঠীয় ঐক্যমঞ্চৰ অন্যতম নেতা অৰুণজ্যোতি মৰাণে জনোৱা মতে, আজি পৰ্যন্ত মডেলিটী কমিটীয়ে কেন্দ্রীয় কেবিনেটক কোনো ধৰণৰ প্রতিবেদন দাখিল কৰা নাই। আনকি ২৩ ছেপ্টেম্বৰত দিল্লীত সন্দৰ্ভত সংগঠনটােক আজিপৰ্যন্ত অৱগত কৰা নাই।
0 comments:
Post a Comment