মংগললৈ মানুহ পঠিয়াৱ আমেৰিকাই ২০৩০ চনৰ ভিতৰত::ৰাষ্ট্রপতি অবামা


ৰঙাগ্ৰহ মংগললৈ মানুহ পঠিওৱাক লৈ মহাকাশ বিজ্ঞানীসকলে গৱেষণা চলাই থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি বাৰাক আবামাই ২০৩০ চনৰ ভিতৰত গ্ৰহটােলৈ মানুহ পঠিওৱাৰ পৰিকল্পনাৰ বিষয়ে সাদৰী কৰিছে। নাছাই লাভ কৰা মংগল গ্ৰহৰ আলোকচিত্র পর্যালোচনা কৰাৰ অন্তত ৰাষ্ট্রপতিগৰাকীয়ে সদৰী কৰা মতে ৰঙাগ্ৰহ মংগললৈ মানুহ পঠিওৱাৰ বাবে ব্যক্তিগত কোম্পানীৰ সৈতে যৌথভাৱে কাম কৰিব। উল্লেখ্য যে ২০১০ চনত মংগল গ্ৰহলৈ মানৱ অভিযান চলাব বুলি ৰাষ্ট্রপতি অবামাই ঘোষণা কৰিছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment