পৰ্যটকৰ বাবে মুকলি হল মানাহ ৰাষ্ট্ৰীয় উদ্যান:::

প্ৰকৃতিৰ ৰম্য ভূমি মানাহ ৰাষ্ট্রীয় উদ্যানখনি আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। এক উৎসৱ মূখৰ পৰিবেশত ৰঙা ফিটা কাটি উদ্যানখনিৰ দ্বাৰ মুকলি কৰে বিটিচিৰ উপ- মুখ্য কাৰ্য্যবাহী সদস্য তথা বন বিভাগৰ দায়িত্বত থকা খাম্পা বৰ গয়াৰীয়ে।
সংবাদ :: শিবেন ডেকা ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment