GMCH ৰ শৌচাগাৰত নৱ জাতক শিশুৰ মৃতদেহ উদ্ধাৰ :: চাঞ্চল্যৰ সৃষ্টি

এক অবিশ্বাস্য ঘটনা সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত। হস্পিতালখনৰ প্ৰসূতি বিভাগৰ শৌচাগাৰত আজি এটি নৱ জাতক শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে। এই  ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেনেকৈ শিশুটিৰ মৃতদেহ শৌচাগাৰলৈ আহিল সেই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু এইলৈ তদন্ত অব্যাহত আছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment