গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠাৰ লক্ষ্যৰে গঠিত হল- শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ

অসমৰ জাতীয় জীৱনৰ নৱ প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ দৰ্শনেৰে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য হিচাপে লৈ আজি গুৱাহাটীৰ হোটেল নক্ষত্ৰত ভূমিষ্ঠ হল --
" শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চ" নামেৰে এক যুৱ সংগঠন ।
ৰাজ্যৰ কেইবাটাও আধ্যাত্মিক জাতীয় যুৱ সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এই জাতীয় যুৱ সংগঠনৰ জন্ম । ৫১ জনীয়া কেন্দ্ৰীয় সমিতি গঠন। সভাপতি হিচাপে নিৰ্বাচিত হয় Riju Pathak ,(গুৱাহাটী) কাৰ্যকৰী সভাপতি হিচাপে ৰুবুল মহন্ত, (শিৱসাগৰ)
উপ সভাপতি ক্ৰমে--অমিয়া নেওগ কলিতা, (শিৱসাগৰ) অনিৰ্বান গোস্বামী, (নগাও) জয়ন্ত হজৰিকা,(মংগলদৈ) পুৰবী ৰয়, (গুৱাহাটী) বিভা নেওগ, (তিনিচুকীয়া),পাৰুল সনোৱাল,(ডিব্ৰুগড়) দুলাল শিল্পী ফুকন,( লক্ষীমপুৰ) বিতুমনি দেৱী, নলবাৰী ।
সাধাৰণ সম্পাদক --
অপূৰ্ব অধিকাৰী, ( বৰপেটা) নিপন ভূঞা ( ৰঙিয়া)
সম্পাদক মণ্ডলী--
হিৰণ্য কলিতা ,(গুৱাহাটী) প্ৰাশান্ত ৰাজখোৱা, (গুৱাহাটী) দেৱীস্মিতা দাস অধিকাৰী,(বৰপেটা) ত্ৰিদীপ বৰা, ( নাহৰকটীয়া) কমল  হাজৰিকা, (নলবাৰী) ডাঃ অম্লান দাস,(গুৱাহাটী) ৰঞ্জন মহন্ত ( মাজুলী)।
সাংগঠনিক সম্পাদক ---
দ্বাদশ আদিত্য দাস, (বাকসা) গোলাপ বৰা, ( চাচনি)হিৰণ্য গায়ন, ((নগাও) কিংকৰ বৰা,(মাজুলী)  অজয় মহন্ত, (যোৰহাট) কৃষ্ণ বনিক্য- কংকন দাস, (বৰপেটা) ধৃতিমান বনিক্য (বঙাইগাও)।
সাহিত্য সম্পাদক ---
প্ৰখিল বৰা, (টিয়ক) নিপল দাস, (বাকসা) নিলীম আকাশ কাশ্যপ, (নলবাৰী) কৃষ্ণকান্ত ৰায় (ধুৱৰী)।
সাংস্কৃতিক সম্পাদক --
নিয়ৰ কাশ্যপ, (ডিব্ৰুগড়) নীলাক্ষি নাথ (গুৱাহাটী)।
তথ্য আৰু প্ৰচাৰ সম্পাদক--
দিপজ্যোতি বৈশ্য, (শুৱালকুছি) দিপান্ত কাকতি,(নাৰায়ণপুৰ) অনুপম অনিৰুদ্ধ তালুকদাৰ (বৰপেটা)। ৰূপক বায়ন(গুৱাহাটী), সুভাষ ডেকা (নলবাৰী), চন্দন পাঠক বৰপেটা ।
কাৰ্যালয় সম্পাদক --
প্ৰাঞ্জল কলিতা ( কামৰূপ গ্ৰাম্য) সহিতে ৰঞ্জিত মহন্ত, অম্লান দ্বীপ, হিমাংশু দাস, লভিতা দাস, উৎপল তালুকদাৰ, গিতুমনি অধিকাৰী, মৃণাল দাস, দিলীপ শৰ্মা, বৰ্নালী মহন্ত, হেমেন শৰ্মাকে ধৰি ৫১ জনীয়া ৰাজ্যিক সমিতি খন গঠন হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment